... Pawe Pori Hori Lyrics : "পাৱে পৰি হৰি" অসমীয়া গীত MP3 Download

Pawe Pori Hori Lyrics : “পাৱে পৰি হৰি” অসমীয়া গীত MP3 Download

Mnj koch

পাৱে পৰি হৰি
Rate this post

Pawe Pori Hori Lyrics”পাৱে পৰি হৰি” হৈছে শ্ৰী মন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এটি অসমীয়া বৰগীত। এই পৃষ্ঠাত আপুনি গীতৰ কথা আৰু Mp3 ডাউনলোড কৰিব পাৰিব। গীতটোত ২০০৩ চনতেই কন্ঠ দান কৰিছে জুবিন গাৰ্গে।

পাৱে পৰি হৰি কৰোহো কাতৰি
প্ৰাণ ৰাখবি মোৰ
পাৱে পৰি হৰি কৰোহো কাতৰি
প্ৰাণ ৰাখবি মোৰ
বিষয় বিষধৰ, বিষে জৰ জৰ
জীৱন নাৰহে মোৰ ৷
প্ৰাণ ৰাখবি মোৰ৷ ৷৷

অথিৰ ধন জন জীৱন যৌৱন
অথিৰ এহু সংসাৰ
পুত্ৰ পৰিবাৰ সবহি অসাৰ
কৰবো কাহেৰি সাৰ ৷
প্ৰাণ ৰাখবি মোৰ ৷৷

কমল দল জল চিত্ত চঞ্চল
থিৰ নোহে তিল এক
নাহি ভয়ো ভৱ ভোগে হৰি হৰি
পৰম্পদ পৰতেক ৷
প্ৰাণ ৰাখবি মোৰ৷ ৷৷

কহতু শংকৰ এঃদুখ সাগৰ
পাৰ কৰা হৃষীকেশ
তুহ গতি মতি দেহু শ্ৰীপতি
তত্ত্ব পন্ঠ উপদেশ ৷
প্ৰাণ ৰাখবি মোৰ৷ ৷৷
প্ৰাণ’ ৰাখবি মোৰ ৷৷৷

পাৱে পৰি হৰি কৰোহো কাতৰি
প্ৰাণ ৰাখবি মোৰ ৷
প্ৰাণ ৰাখবি মোৰ ৷৷
প্ৰাণ ৰাখবি মোৰ ৷৷৷

Pawe Pori Hori Lyrics : "পাৱে পৰি হৰি" অসমীয়া গীত MP3 Download

Get More:Seleng Sador: A traditional Assamese textile 2023/ অসমৰ জাতীয় সংগীত | অ মোৰ আপোনাৰ দেশ | O Mur Apunar Desh Lyrics | Download Mp3

Pawe Pori Hori Lyrics : “পাৱে পৰি হৰি” Download Mp3

Download

1 thought on “Pawe Pori Hori Lyrics : “পাৱে পৰি হৰি” অসমীয়া গীত MP3 Download”

Leave a comment