Mugdho Hiya Mur Is A Assamese Song That Sung By Zubeen Garg,
Mugdho Hiya Mur
Mugdho Hiya Mur Lyrics In Assamese
আউসীৰ জোন মোৰ সমুখতে
সেমেকা চকু দুগালতে
নিজানৰ ৰাতিবোৰ কেতিয়াকে
পুৱাব খেলিব ৰ’দে
তুমি আহিবা এদিনা
ৰং দিবা দুচকুত
মৰমেৰে বুকু উপচাই
মুগ্ধ হিয়া মোৰ কোনে চুই যায়
মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়
বুকুতে অগনি জ্বলাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰই মাথো চাই
বুকুতে যে জুই বিয়্পাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰই মাথো চাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’ মাথো চাই
দিনে প্ৰতিদিনে মাথো মনে প্ৰানে
আকিলু ৰামধেনু হিয়া জুৰাই
এটি এটি পল আজি শুৱৰি
হহা কন্দা খেলা সুৰ ফাগুনি
আ মাজেৰে পৰি সৰি সৰি
সুখৰে মুকুতা হয় যে ধুলি
বুকুতেযে জুই বিয়্পাই
তেজ মঙহৰে পৃথিৱী নেওচি
জ্বলি জ্বলি ৰ’ মাথো চায়
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’ মাথো চাই
গোপনে ফাগুনে মন উতলালে
তুমি অহাৰ আজি বাতৰি পাই
তুমি অহাৰ আজি বাতৰি পাই
তুমি অহাৰ আজি বাতৰি পাই
তুমি অহাৰ আজি বাতৰি পাই
ৰিনি ৰিনি ৰিনি
শুনো ৰিনি ৰিনি
কঁপি কঁপি শুনো সেই ধ্বনি
আকাশ বাউলি
থমকি ধৰনী
চকুলোৰে কৰো দিন শুৱনি
বুকুতে যে জুই বিয়পি
তেজ মঙহৰে পৃথিৱী নেওচি
জ্বলি জ্বলি ৰ’ মাথো চাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’মাথো চাই
মুগ্ধ হিয়া মোৰ কোনে চুই যায়
মুগ্ধ হিয়া ৰ’কোনে চুমি যায়
বুকুতে অগনি জ্বলাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’মাথো চাই
বুকুতে যে জুই বিয়্পাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’ মাথো চাই
তেজ মঙহৰে মৰম নেওচি
জ্বলি জ্বলি ৰ’ মাথো চাই
তুমি চালেই জানা
তুমি চুলেই জানা
এধানি সপোনে বাগৰ সলাই.
এধানি সপোনে বাগৰ সলাই.
এধানি সপোনে বাগৰ সলাই.
এধানি সপোনে বাগৰ সলাই.
Related Post:
Krishna Bhakti Lyrics:बनवारी रे, जीने का सहारा तेरा नाम रे #1
2 thoughts on “Mugdho Hiya Mur Lyrics : মুগ্ধ হিয়া মোৰ #1”