LOKD College Courses for Commerce Students

Hi Everyone, In This Article We will Discuss About LOKD College Courses for Commerce Students After Class 12th, If you Are a Commerce Student or thinking to get in It’s a Best Article to Guide you To Get a Best Course in LOKD College, Sonitpur, Assam. A Basic Overview On LOKD College: LOKD College, established in 1970, has … Read more

Darrang college courses for commerce Students

Hi Everyone, In This Article We will Discuss About Darrang College Courses For Commerce Students After 12th, If you Are a Commerce Student or thinking to get in It’s a Best Article to Guide you To Get a Best Course in Darrang College. A Basic Introduction of Darrang College: Darrang College is one of the … Read more

যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা?(What is united states?)

 

যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা?(What is united states?)

যুক্তৰাষ্ট্ৰ হৈছে পাৰস্পৰিক চুক্তি অথবা সন্ধিৰ দ্বাৰা সন্মিলিত হোৱা একাধিক ৰাষ্ট্ৰ বা ৰাজ্যৰ একাটা গোট বা তেনেদৰে গঠিত হেৱা এক বৃহত্তৰ ৰাষ্ট্ৰ

ৰাষ্ট্ৰঃ প্রাচীন গ্রীকসকলে ৰাষ্ট্ৰক ‘পলিচ’ নামেৰে অভিহিত কৰিছিল। ৰোমানসকলে আকৌ ৰাষ্ট্ৰ বুজাবলৈ চিভিটাছ শব্দটোৰ ব্যৱহাৰ কৰিছিল। ৰাষ্ট্ৰ শব্দটো পোন প্রথমে মেকিয়াভেলিয়ে তেওঁৰ ‘দি প্রিন্স’ নামৰ গ্ৰন্থত ব্যৱহাৰ কৰিছিল ৷ তেতিয়াৰ পৰাই এই শব্দটো জনপ্ৰিয় হৈ পৰে।

ৰাষ্ট্ৰ সম্পৰ্কে বিভিন্ন ৰাজনীতিবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তেওঁলোকৰ ভিতৰত উইলচনৰ মতে, কোনো নির্দিষ্ট ভূ-খণ্ডত আইন অনুসাৰে সংগঠিত জনসমষ্টিকে ৰাষ্ট্ৰ বোলে।

ব্লাণ্টাছলিৰ মতে,“কোনো নির্দিষ্ট ভৌগোলিক চাৰিসীমাৰ ভিতৰত থকা জনসাধাৰণৰ ৰাজনৈতিক সংগঠনেই হৈছে ৰাষ্ট্ৰ।”

বাৰ্জেছৰ মতে,“নিৰ্দ্দিষ্ট ভূখণ্ডৰ মানুহৰ সংঘবদ্ধ জীৱনকে ৰাষ্ট্ৰ বোলে।”গাৰ্ণাৰৰ মতে,“চিৰস্থায়ীভাৱে এক নিৰ্দ্দিষ্ট ভূ-খণ্ড বহিশক্তিৰ তলতীয়া নোহোৱাকৈ আৰু জনসাধাৰণৰ পৰা আনুগত্য লাভ কৰা এটা সু-সংগঠিত চৰকাৰৰ তলত বসবাস কৰা জনসমষ্টিয়েই হ’ল ৰাষ্ট্ৰ।”

Read more

অংকীয়া নাটৰ বৈশিষ্ট্য সমূহ কি?

 অংকীয়া নাটৰ বৈশিষ্ট্য সমূহ কি কি? অংকীয়া নাট(Ankiya Naat)ৰ বৈশিষ্ট্য সমূহ হৈছে: সুত্ৰধাৰ চৰিত্ৰ প্ৰাধান্যতা। গীত, ভটিমা,পয়াৰৰ প্ৰয়োগ ৷ নৃত্যৰ প্ৰাধান্যতা। ব্ৰজাৱলী ভাষাৰ ব্যৱহাৰ ৷ লয়যুক্ত গদ্যৰ প্ৰয়োগ। আৰু মূখাৰ ব্যৱহাৰ । শীতল যুদ্ধৰ বিষয়ে এটি টোকা লিখা

জমনি সাথৰ আৰু উত্তৰ 2024

জমনি সাথৰ আৰু উত্তৰ 2024 পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই ? উত্তৰঃ নাৰিকল। আদি আছে অন্ত নাই, জন্ম আছে মৃত্যু নাই কি ?  উত্তৰঃ সময় । কি পাতৰ আগ নাই ? উত্তৰঃ টিনপাত। খালে থিয় হৈ থাকে, নাখালে শুই থাকে ? উত্তৰঃ বস্তা। ১২ টা কণী, ৩ খন চামুচ আৰু  এখন প্লেট। কোৱাচোন মই কোন ? … Read more

শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল ?

  শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল ? শৰাইঘাটৰ যুদ্ধ স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত ইং ১৬৭১ চনত হৈছিল। শৰাইঘাটৰ যুদ্ধ শৰাইঘাটৰ যুদ্ধ(Battle of Saraighat) ১৬৭১ চনত সংঘটিত হৈছিল মোগল সাম্ৰাজ্য ( Kachwaha ৰজা, ৰাজা ৰামসিংহৰ নেতৃত্বত),আৰু আহোম ৰাজ্যৰ (লাচিত বৰফুকনৰ নেতৃত্বত) মাজত। এই যুদ্ধ ব্ৰহ্মপুত্ৰৰ শৰাইঘাটত হৈছিল। আহোম সৈন্য মোগল সৈন্যৰ সন্মুখত দুৰ্বল আছিল যদিও গৰিলা যুদ্ধ কৌশল, psychological warfare, কূটনীতি আৰু সমভূমিৰ উপযুক্ত ব্যৱহাৰ … Read more

Education শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা

  Education শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা: Ans: শিক্ষাৰ ইংৰাজী প্রতিশব্দ “Education” শব্দটো মূল লেটিন ভাষাৰ “E” আৰু “Duco” বোলা দুটি শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰোপৰি “Education” শব্দটো “Educere” “Educare” আৰু “Educatum” ৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়। ইয়াৰে ” E” “Duco” আৰু “Educere” এ ব্যক্তিৰ অন্তৰ্নিহিত শক্তি প্ৰতিভা আৰু সম্ভাৱনাৰ পূর্ণবিকাশৰ কথা বুজায় “Educare” … Read more

শীতল যুদ্ধ কি?

  শীতল যুদ্ধ কি?  শীতল যুদ্ধ হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰসমূহ আৰু ছ’ভিয়েট সংঘ আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থা। শীতল যুদ্ধৰ বিষয়ে এটি টোকা লিখা শীতল যুদ্ধৰ ফলাফল সমূহ

শীতল যুদ্ধৰ প্ৰভাৱ সমূহ কি কি?

  শীতল যুদ্ধৰ প্ৰভাৱ সমূহ: ৰাষ্ট্ৰসমূহৰ ওপৰত শীতল যুদ্ধৰ প্ৰভাৱ ইয়াৰ পৰৱৰ্তী শতিকালৈকে অৰ্থনৈতিক আৰু সামাজিক দুয়োটা দিশতে অসংখ্য আছিল।  শীতল যুদ্ধৰ ফলাফল সমূহ শীতল যুদ্ধ বুলিলে কি বুজা? উদাহৰণস্বৰূপে: ৰাছিয়াত ১৯৯১ চনৰ পিছত সামৰিক ব্যয় বহু পৰিমাণে কৰ্তন কৰা হয়, যাৰ ফলত ছোভিয়েট ইউনিয়নৰ সামৰিক-ঔদ্যোগিক খণ্ডৰ পৰা হ্ৰাস পায়। ছোভিয়েট ইউনিয়ন ভাঙি যোৱাৰ ফলত সমগ্ৰ … Read more

শীতল যুদ্ধৰ দুটা কাৰণ লিখা

  শীতল যুদ্ধৰ দুটা কাৰণ লিখা ইতিহাসবিদসকলৰ মতে শীতল যুদ্ধৰ আৰম্ভণিৰ কেইবাটাও কাৰণ:  দ্বিতীয় বিশ্বযুদ্ধৰ শেষত দুয়োখন ৰাষ্ট্ৰৰ মাজত উত্তেজনা,  আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন উভয়ৰে মাজত হোৱা মতাদৰ্শগত সংঘাত,  পাৰমাণৱিক অস্ত্ৰৰ উত্থান, আৰু  আমেৰিকাত সাম্যবাদৰ ভয়।