কামৰ সৰু-বৰ নাই | Assamese Class 3 Chapter 13

Assamese Class 3 Question Answers ক— পাঠভিত্তিক ক্রিয়া #1 Best Digital Marketing Agency উত্তৰ দিয়া— (ক) চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো কি? উত্তৰঃ চিপাহীকেইজনে দাঙিবলৈ চেষ্টা কৰা বস্তুটো হ’ল এটা লোৰ চতি। (খ) চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন কোন? উত্তৰঃ চিপাহীকেইজনক আদেশ দি থকা ব্যক্তিজন হ’ল চিপাহীহঁতৰ ওপৰৱালা বিষয়া, এজন জমাদাৰ। (গ) অৱশেষত চিপাহীকেইজনক সহায় … Read more

শিৱসাগৰ চাওঁ আহা | Class 3 Assamese Chapter 12

Class 3 Assamese শিৱসাগৰ চাওঁ আহা BEST Digital Marketing Company in Tezpur ক-পাঠভিত্তিক ক্রিয়া উত্তৰ দিয়া— (১) (ক) অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত ক’লৈ গৈছিল? উত্তৰঃ অনিল আৰু সান্ত্বনা মাক-দেউতাকৰ লগত শিৱসাগৰলৈ গৈছিল। (খ) শিৱসাগৰ পুখুৰীটো কাৰ দিনত খন্দোৱা হৈছিল? উত্তৰঃ শিৱসাগৰ পুখুৰীটো স্বৰ্গদেউ শিৱসিংহৰ দিনত খন্দোৱা হৈছিল। (গ) কি দেখি অনিলহঁত অভিভূত হ’ল? উত্তৰঃ … Read more

পক্ষীকুলৰ অভিযন্তা | Class 3 Assamese Chapter 11

Class 3 Assamese Learn Digital Marketing In Assamese পক্ষীকুলৰ অভিযন্তা ক— পাঠভিত্তিক ক্রিয়া (ক) টোকোৰা চৰাই দেখিবলৈ কেনেকুৱা? উত্তৰঃ টোকোৰা চৰাই দেখিবলৈ আকাৰত সৰু। বুকুৰ উমাল পাখিবোৰ ৰঙচীয়া। ডেউকাৰ আগছোৱা হালধি বোলোৱা। ঠোঁত আৰু চকুৰ মণি বাদামি ৰঙৰ। (খ) টোকোৰা চৰায়ে কিহেৰে বাহ সাজে? উত্তৰঃ টোকোৰা চৰায়ে গছৰ দীঘল দীঘল পাতবোৰৰ পৰা বাহ সজা আঁহ … Read more

Class 3 Assamese Chapter 10

Class 3 Assamese Chapter 10 CGPA to Percentage Calculator আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ ক— পাঠভিত্তিক ক্রিয়া উত্তৰ দিয়া— (ক) আব্দুলৰ দেউতাকে নতুনকৈ কি কিনি আনিছে? উত্তৰঃ আব্দুলৰ দেউতাকে নতুনকৈ এখন ট্ৰেক্টৰ কিনি আনিছে। (খ) আব্দুলৰ দেউতাক কেনে ধৰণৰ খেতিয়ক? উত্তৰঃ আব্দুলৰ দেউতাক এজন ভাল আৰু আদৰ্শ খেতিয়ক। (গ) আব্দুলৰ দেউতাকে পোৱা বঁটাটো কি? উত্তৰঃ আব্দুলৰ দেউতাকে … Read more

তৃতীয় শ্ৰেণীৰ অসমীয়া কিতাপ – অধ্যায় ৪

তৃতীয় শ্ৰেণীৰ অসমীয়া অধ্যায় ৪ আগলি বাঁহত বগলীৰ বাহ ক— পাঠভিত্তিক ক্ৰিয়া ১। পদ্যটি আবৃত্তি কৰোঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ২। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আহা। উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে পঢ়া। ৩। পদ্যটিৰ লগত থকা থকা ছবিকেইখন চোৱা আৰু বৰ্ণনা কৰা। উত্তৰঃ প্ৰথম ছবিখনত ল’ৰা-ছোৱালীবোৰে দীঘল বৰহাঁকুটি এডালেৰে আম পাৰি আছে। দ্বিতীয় ছবিখনত … Read more

Class 3 Assamese Chapter 3 | ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা |

Class 3 Assamese Chapter 3 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ক- পাঠভিত্তিক ক্রিয়া ১। কোৱা আৰু লিখা— (ক) জ্যোতিপ্রসাদ আগৰৱালাৰ জন্মস্থান ক’ত? উত্তৰঃ জ্যোতিপ্রসাদ আগৰৱালাৰ জন্মস্থান আছিল ডিব্ৰুগড়ৰ তামোলবাৰী চাহ-বাগিচা। (খ) উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন কি? উত্তৰঃ উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ঠাইখন হ’ল লণ্ডন। (গ) তেখেতৰ পূৰ্বপুৰুষসকল ক’ৰ? উত্তৰঃ তেখেতৰ পূৰ্বপুৰুষসকল ৰাজস্থানৰ। (ঘ) বোলছবিৰ … Read more

Class 3 Assamese Question Answer Chapter 2

Class 3 Assamese Question Answer Chapter 2 ক– পাঠভিত্তিক ক্রিয়া ১। সাধুটো তোমাৰ নিজৰ কথাৰে কোৱা। উত্তৰঃ ওপৰত দিয়া পাঠটোৰ মূলকথা পঢ়া আৰু ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা। ২। উত্তৰ দিয়া— (ক) গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ কি হৈছিল? উত্তৰঃ গাঁওবুঢ়া মহীকান্তৰ নাতি-নাতিনীয়েকহঁতক লৈ মহাচিন্তা হৈছিল। (খ) সাধুকথা ক’ম বুলি কোৱাত নাতি-নাতিনীয়েকহঁতে কি কৰিলে? উত্তৰঃ সাধুকথা ক’ম বুলি … Read more

Class 3 Assamese Question Answer Chapter 1

Class 3 Assamese Question Answer Chapter 1 ১। পদ্যটি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়োঁ আৰু আবৃত্তি কৰোঁ আহা— উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা। ২। কওঁ আহা— (ক) পদূলিমুখত কি ফুল ফুলে? উত্তৰঃ পদূলিমুখত গধূলিগোলাপ ফুল ফুলে। (খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে? উত্তৰঃ গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে। (গ) পথাৰখন দেখিবলৈ কেনেকুৱা? উত্তৰঃ পথাৰখন পকা ধানেৰে দেখিবলৈ … Read more

Assamese GK Mock Test Free 2024-25

Assamese GK Mock Test ১/ প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল আৰু কিমান চনত সমাপ্ত হৈছিল? উত্তৰ:- প্ৰথম বিশ্বযুদ্ধ ১৯১৪ চনত আৰম্ভ হৈছিল আৰু ১৯১৮ চনত সমাপ্ত হৈছিল। ২/ দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিল? উত্তৰ:- দ্বিতীয় বিশ্বযুদ্ধ ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ হৈছিল। ৩/ পানিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল? উত্তৰ:- ২১ এপ্ৰিল, ১৫২৬ চনত। … Read more

Political Science Question answer | Class 12 Assamese Medium

Political Science Question answer অতি চমু উত্তৰৰ প্ৰশ্নঃ (মূল্যাংক-১) | Political Science Question answer ১) UNEP ৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰঃ United Nations Environment Programme. ২) ধৰিত্ৰী শীর্ষ সন্মিলন কি? উত্তৰঃ ধৰিত্ৰী শীৰ্ষ সন্মিলন হ’ল ১৯৯২ চনৰ জুনত ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় সন্মিলন। ৩) থালী ঠাই পূৰ কৰাঃ প্ৰথম বিশ্বক সাধাৰণতে_____হিচাপে সূচোৱা হয়। … Read more