... Aji Bondo Ki Chandere Lyrics Download #1 - Find My India

Aji Bondo Ki Chandere Lyrics Download #1

findmyindia.com

Aji Bondo Ki Chandere Lyrics Download #1আজি বন্দো কি ছন্দেৰে
Rate this post
Aji Bondo Ki Chandere Lyrics Download

কণ্ঠ:অৰ্চনা ভট্টাচাৰ্য,ইন্দ্ৰানী বৰা,অন্তৰা দাস,ডলী বৈশ্য,কংকনা ভাগৱতী,ময়ুৰ বৰা,ভাস্কৰজ্যোতি দেৱ শৰ্মা,ৰূপম ভূঞাঁ

সংগীত:বিষ্ণু শৰ্মা

কথা:অম্বিকাগিৰি ৰায় চৌধুৰী

Aji Bondo Ki Chandere Lyrics In Assamese

আজি বন্দো কি ছন্দেৰে

সমাগত বিৰাট নৰনাৰায়ণ ৰূপ

পঙ্কিল পৰাধীন কুঞ্চিত চিত মন

নাই ফুল চন্দন ধূপ ..←২

আজি বন্দো কি ছন্দেৰে

সমাগত বিৰাট নৰনাৰায়ণ ৰূপ

নৰনাৰায়ণ ৰূপ

দূৰ দাপৰত শুনিছোঁ পাণ্ডৱে জয় কৰি সপ্ত ধৰিত্ৰী ←২

যজ্ঞ ৰাজসূয় কৰিলে সমাপন সম্ৰাট হৈ একছত্ৰী

দেশ দেশ জুৰি লাখ লাখ ভূপতি

গালে আহি মূৰ্ত গায়ত্ৰী

আজি দাসত্ব বন্ধন ৰোধিত কন্ঠত

নুফূটে ৰাগিনী অনুৰূপ ←২

আজি বন্দো কি ছন্দেৰে

সমাগত বিৰাট নৰনাৰায়ণ ৰূপ

নৰনাৰায়ণ ৰূপ

কুৰি শতিকাত নাই যজ্ঞ ৰাজসূয় 

নাই ৰজা নৰপতি বৰ্গ

কলুষিত কলি বুলি

পাঞ্চজন্যধাৰী

নাহে লব ভকতিৰ অৰ্ঘ

সেই নাৰায়ন আজি জাগে নৰৰূপে

মোহাৰি বাধা উপসৰ্গ

আজি প্ৰজাসূয়েৰে হ’ব যজ্ঞ উদযাপন 

আলোডি, নিখিল ভূৱ

আজি বন্দো কি ছন্দেৰে

সমাগত বিৰাট নৰনাৰায়ণ ৰূপ

নৰনাৰায়ণ ৰূপ ||

Aji Bondo Ki Chandere Lyrics Download

Aji Bondo Ki Chandere Lyrics Download Mp3

Related Post:

O Dhun Dhuniya Lyrics In Assamese – Download #1

Tupal Tupal Borokhun Lyrics – Zubeen Download #1

Mur Monore Kolpona Lyrics Download Mp3 #1

Xosake Kuwa Kothati Kuwa Lyrics: সঁচাকে কোৱা কথাটি কোৱা #1

Leave a comment